শিৱসাগৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গ আজি আমাৰ মাজত নায়।বিগত ২৩ ছেপ্তেম্বৰত ইতিমধ্য়ে সোণাপুৰত কেইবা হাজাৰ জুবিন অনুৰাগীৰ উপস্থিতিত তেওৰ অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে। ন্যায় বিচাৰি শিৱসাগৰত ওলাই আহিল শ শ প্ৰতিবাদ কাৰী l শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী l
অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অবাঞ্চিত মৃত্য়ুৰ বাবে তেওৰ পাচজন সহযোগীক জগৰিয়া কৰি ইয়াৰ ন্য়ায় বিচাৰি
শিৱসাগৰত ওলাই আহিল শ শ প্ৰতিবাদকাৰী। ু
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু