নাজিৰা সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত শিমলুগুৰি ৯ খন অঙ্গনৱাড়ী কেন্দ্ৰৰ মাহজোৰা পোষণ অভিযান কাৰ্যসূচী
নাজিৰা সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত শিমলুগুৰি ৯ খন অঙ্গনৱাড়ী কেন্দ্ৰৰ মাহজোৰা পোষণ অভিযান কাৰ্যসূচী।
নাজিৰা সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত শিমলুগুৰি ৯ খন অঙ্গনৱাড়ী কেন্দ্ৰৰ মাহজোৰা পোষণ অভিযান কাৰ্যসূচী


শিৱসাগৰ, ২৫ ছেপ্টেম্বৰ (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত পোষণ অভিযান কাৰ্যসূচী অনুষ্ঠিত হৈছে। সমগ্ৰ ভাৰততে পুষ্টি অভিযানৰ গণ আন্দোলনৰ কাৰ্যসূচী। আজি হাতীমুৰীয়া গাঁৱৰ অঙ্গনৱাড়ী কেন্দ্ৰত অনুষ্ঠিত হৈছে পোষণ অভিযান কাৰ্যসূচী।

এই কাৰ্যসূচীত সহযোগত আয়োজন কৰে হাতীমুৰীয়া কেন্দ্ৰ, বগৰীগুৰি, ৯০ নং লুথুৰী, লুথুৰী নং২,পহুচুঙী, পহুচুঙী দেউধাই কলাহন গাওঁ ২, শিমলুগুৰি টাউন পালপটী, ষ্টেচন ৰ'ড কেন্দ্ৰ সমূহে। শিমলুগুৰিৰ পাহিতা মজলীয়া বিদ্যালয়ৰ হাতীমুৰীয়া অঙ্গনৱাড়ী কেন্দ্ৰত শিমলুগুৰিৰ অঙ্গনৱাড়ী কেন্দ্ৰৰ অন্তৰ্গত ৯টা অঙ্গনৱাড়ী কেন্দ্ৰ সমূহে আয়োজন কৰে উক্ত কাৰ্যসূচী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande