নগাঁৱৰ বৰক'লাত বিদ্যুৎপৃষ্ট হৈ এজন নিহত
নগাঁৱ, ২৫ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ বৰক''লাত অঘটন ৷ ঘৰৰ পদুলি মুখতেই বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু ৷ মৃত লোকজনক মইনা মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে ৷ ঘৰৰ সন্মখতে পৰি আছিল বিদ্যুৎ পৰিবাহী তাঁৰ ৷ পথলৈ ওলাই অহাৰ সময়তে ভৰিত লাগি যায় বিদ্যুৎ পৰিবাহী তা
নগাঁৱৰ বৰক'লাত বিদ্যুৎপৃষ্ট হৈ এজন নিহত


নগাঁৱ, ২৫ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ বৰক'লাত অঘটন ৷ ঘৰৰ পদুলি মুখতেই বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু ৷ মৃত লোকজনক মইনা মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে ৷ ঘৰৰ সন্মখতে পৰি আছিল বিদ্যুৎ পৰিবাহী তাঁৰ ৷ পথলৈ ওলাই অহাৰ সময়তে ভৰিত লাগি যায় বিদ্যুৎ পৰিবাহী তাঁৰ ৷

বিদ্যুৎ বিভাগৰ গাফিলতিতে সংঘটিত হয় ঘটনাটো ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰন কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande