স্মাৰ্ট ট্ৰেড প্ৰচাৰৰ বাবে আইটিপিঅ’ই নেজিডিৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ
নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ (হি.স.)। ডিজিটেল প্লেটফৰ্মৰ উন্নয়ন, উন্নীতকৰণ, আৰু ৰক্ষণাবেক্ষণ সন্দৰ্ভত ভাৰত বাণিজ্য প্ৰসাৰ সংস্থা (আই টি পি অ’) আৰু ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বিভাগৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। বৃহস্পতিবাৰে ভাৰত মাণ্ডপামত অনুষ্ঠ
स्मार्ट  व्यापार संवर्धन और सुविधा के लिए  आईटीपीओ ने किया एनईजीडी के साथ समझौता


নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ (হি.স.)। ডিজিটেল প্লেটফৰ্মৰ উন্নয়ন, উন্নীতকৰণ, আৰু ৰক্ষণাবেক্ষণ সন্দৰ্ভত ভাৰত বাণিজ্য প্ৰসাৰ সংস্থা (আই টি পি অ’) আৰু ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বিভাগৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

বৃহস্পতিবাৰে ভাৰত মাণ্ডপামত অনুষ্ঠিত এক অনুষ্ঠানত আইটিপিঅ’ৰ কাৰ্যবাহী সঞ্চালক প্ৰেমজিৎ লাল আৰু নেজিডিৰ সঞ্চালক সুনীল শৰ্মাই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই সহযোগিতাই সকলো অংশীদাৰৰ বাবে উন্নত বাণিজ্যিক সুবিধা, নিৰৱচ্ছিন্ন ইভেণ্ট অভিজ্ঞতা, আৰু উন্নত ডিজিটেল সেৱা সক্ষম কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande