মঙলদৈত চিআইডিৰ ভাষ্য সংগ্ৰহ আৰম্ভ কৰিছে এজাহাৰকাৰী আবুল খায়েৰৰ
দৰং, ২৫ ছেপ্টেম্বৰ (হি.স.)। মঙলদৈত চিআইডিৰ ভাষ্য সংগ্ৰহ আৰম্ভ কৰিছে এজাহাৰকাৰী আবুল খায়েৰৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে দৰঙৰ দলগাওঁ থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছিল দলগাঁৱৰ আবুল খায়েৰে। ইতিমধ্যেই চিআইডি য়ে মাতি পঠিয়াইছিল আবুল খায়েৰক। চিআইডি ক
মঙলদৈত চিআইডিৰ ভাষ্য সংগ্ৰহ আৰম্ভ কৰিছে এজাহাৰকাৰী আবুল খায়েৰৰ


দৰং, ২৫ ছেপ্টেম্বৰ (হি.স.)। মঙলদৈত চিআইডিৰ ভাষ্য সংগ্ৰহ আৰম্ভ কৰিছে এজাহাৰকাৰী আবুল খায়েৰৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে দৰঙৰ দলগাওঁ থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছিল দলগাঁৱৰ আবুল খায়েৰে। ইতিমধ্যেই চিআইডি য়ে মাতি পঠিয়াইছিল আবুল খায়েৰক।

চিআইডি ক প্রিয় শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ হকে সকলো তথ্য আৰু সহযোগিতা আগবঢ়াবলৈ সাজু হৈ অহা বুলি কয় আবুল খায়েৰে।

দৰঙৰ আবুল খায়েৰৰ ভাষ্য গ্ৰহণ কৰিলে চি আই ডিয়ে। যিমান তথ্য আছিল সকলো তথ্য দিলে চি আই ডি ক। তদন্ত সঠিক দিশত আগবঢ়াৰ আশা প্ৰকাশ কৰে এজাহাৰকাৰী আবুল খায়েৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande