তিতাবৰত আৰক্ষীৰ চুলাই বিৰোধী অভিযান
যোৰহাট, ২৪ ছেপ্টেম্বৰ (হি.স.)। তিতাবৰত আৰক্ষীৰ চুলাই বিৰোধী অভিযান । পুজাৰ প্ৰাৰ্গ মুহূৰ্তত তিতাবৰ কছুখাটত চুলাই মদৰ ভাটি উৎখাত আৰক্ষীৰ । তিতাবৰ আৰক্ষী অধীক্ষক তৰুণ গয়েলৰ নেতৃত্বত তিতাবৰ কচুখাত নদোচুকত অভিযান। অভিযানত ৩০০০ লিটাৰ চুলাই বনোৱা পা
তিতাবৰত আৰক্ষীৰ চুলাই বিৰোধী অভিযান


যোৰহাট, ২৪ ছেপ্টেম্বৰ (হি.স.)। তিতাবৰত আৰক্ষীৰ চুলাই বিৰোধী অভিযান । পুজাৰ প্ৰাৰ্গ মুহূৰ্তত তিতাবৰ কছুখাটত চুলাই মদৰ

ভাটি উৎখাত আৰক্ষীৰ ।

তিতাবৰ আৰক্ষী অধীক্ষক তৰুণ গয়েলৰ নেতৃত্বত তিতাবৰ কচুখাত নদোচুকত অভিযান। অভিযানত ৩০০০ লিটাৰ চুলাই বনোৱা পাছৰ লগতে ভাটিতো ধংশ কৰে । এই অভিযানত ৬০ লিটাৰৰ চুলাই জব্দ কৰাৰ লগতে এগৰাকী মহিলা আৰু এগৰাকী পুৰুষ আটক কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande