শিৱসাগৰত ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ
শিৱসাগৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। শিৱসাগৰত ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ। শিৱসাগৰ নগৰৰ মাজমজিয়া দৌলমুখ চাৰি আলিত উত্তাল প্ৰতিবাদ। প্ৰতিবাদ কাৰীয়ে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা পুতলিকা দাহ কৰি উত্তাল কৰি তোলে পৰিবেশ। তেওঁ লোকৰ প্ৰশ্ন আমাৰ শ
শিৱসাগৰত ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ


শিৱসাগৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। শিৱসাগৰত ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ। শিৱসাগৰ নগৰৰ মাজমজিয়া দৌলমুখ চাৰি আলিত উত্তাল প্ৰতিবাদ।

প্ৰতিবাদ কাৰীয়ে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা পুতলিকা দাহ কৰি উত্তাল কৰি তোলে পৰিবেশ। তেওঁ লোকৰ প্ৰশ্ন আমাৰ শিল্পীক তালৈ কোনে নিছিল, সুৰক্ষা কিয় দিব নোৱাৰিলে।

প্ৰতিবাদকাৰীসকলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবীত দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ দাবীত এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন শ্লো গান দি উত্তাল কৰি তোলে শিৱসাগৰ ৰাজপথ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande