শ্ৰী ভূমিৰ নিলামবজাৰত আৰক্ষীৰ অভিযানত পঞ্চাছ হেজাৰ ইয়াবা টেবলেট জব্দ
শ্ৰী ভূমি, ২৪ ছেপ্টেম্বৰ (হি.স.)। শ্ৰী ভূমিৰ নিলামবজাৰত আৰক্ষীৰ নিচা বিৰোধী অভিযান চলে। অভিযানত জব্দ কৰা হৈছে বুজন পৰিমাণৰ ইয়াবা টেবলেট । অভিযানত পঞ্চাছ হেজাৰ ইয়াবা টেবলেট জব্দ কৰা হৈছে । জব্দ কৰা ইয়াবা খিনিৰ বজাৰ মূল্য পোন্ধৰ কোটি টকা হ’ব বুলি কোৱ
শ্ৰী ভূমিৰ নিলামবজাৰত আৰক্ষীৰ অভিযানত পঞ্চাছ হেজাৰ ইয়াবা টেবলেট জব্দ


শ্ৰী ভূমি, ২৪ ছেপ্টেম্বৰ (হি.স.)। শ্ৰী ভূমিৰ নিলামবজাৰত আৰক্ষীৰ নিচা বিৰোধী অভিযান চলে। অভিযানত জব্দ কৰা হৈছে বুজন পৰিমাণৰ ইয়াবা টেবলেট । অভিযানত পঞ্চাছ হেজাৰ ইয়াবা টেবলেট জব্দ কৰা হৈছে । জব্দ কৰা ইয়াবা খিনিৰ বজাৰ মূল্য পোন্ধৰ কোটি টকা হ’ব বুলি কোৱা হৈছে।

নিলামবজাৰ এফ চি আই গোদাম অঞ্চলত অভিযান চলাই সফলতা লাভ কৰে আৰক্ষীয়ে । ৰুহুল উদ্দীন নামৰ যুৱকৰ পৰা উদ্ধাৰ এই বুজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰীখিনি উদ্ধাৰ কৰা হৈছে । বৰ্তমান নিলামবজাৰ আৰক্ষীৰ জিম্মাত থকা যুৱক জনক শোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande