ফকিৰাগ্ৰামত জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি
ফকিৰাগ্ৰামত জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি
ফকিৰাগ্ৰামত জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি


ফকিৰাগ্ৰামত জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি


কোকৰাঝাৰ, ২৪ ছেপ্টেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম চহৰত যোৱা কালি নিশা মৰমৰ শিল্পী জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ফকিৰাগ্ৰাম চহৰ আৰু ইয়াৰ কাষৰীয়া গাঁওৰ সহস্ৰাধিক লোক ফকিৰাগ্ৰাম পুৰণি বজাৰ খেল পথাৰত সমবেত হৈ কোদালধোৱা লৈ এক বৃহৎ সমদল উলিয়ায়। তাৰ পিছত ঢোপেৰতল মন্দিৰ প্ৰাংগনত সমবেত হৈ জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande