হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ নেতা ৰিদিপ ডেকা
শিৱসাগৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ নেতা ৰিদিপ ডেকা l জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ নহয় l চৰকাৰে ক্ষীপ্ৰতাৰে আগবঢ়ায় নিব লাগিব তদন্ত l জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ য
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ নেতা ৰিদিপ ডেকা


শিৱসাগৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ নেতা ৰিদিপ ডেকা l

জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ নহয় l

চৰকাৰে ক্ষীপ্ৰতাৰে আগবঢ়ায় নিব লাগিব তদন্ত l জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ যি সম্পত্তি চৰকাৰে বাজেয়াপ্ত কৰক l

অভিযুক্ত কেইজন যিহেতু প্ৰভাৱশালী গতিকে আইনৰ সহায়ৰ বাবে আগবাঢ়িব l গতিকে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সতে আলোচনা কৰি বিদেশত যদি ক'ৰবাত আছে ইন্টাৰপলৰ দ‌্বাৰা ধৰি অনাৰ ব্যৱস্থা গ্ৰহণ কৰক l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande