ধুবুৰীত কেন্দ্ৰীয় আয়কৰ বিভাগৰ অভিযান
ধুবুৰী, ২৪ ছেপ্তেম্বৰ (হি.স.)। ধুবুৰীত কেন্দ্ৰীয় আয়কৰ বিভাগৰ অভিযান। ধুবুৰীৰ এম পি জুৱেলাৰ্চত চলিছে আয়কৰ বিভাগৰ এই অভিযান। কেন্দ্ৰীয় আয়কৰ বিভাগৰ বৃহৎ দল এটাই চলাইছে এই অভিযান। পুৱাৰে পৰা চলি আছে অভিযান। এম পি জুৱেলাৰ্চৰ কৰ্মচাৰীক ভিতৰত বহুৱাই ৰাখি স
ধুবুৰীত কেন্দ্ৰীয় আয়কৰ বিভাগৰ অভিযান


ধুবুৰী, ২৪ ছেপ্তেম্বৰ (হি.স.)। ধুবুৰীত কেন্দ্ৰীয় আয়কৰ বিভাগৰ অভিযান। ধুবুৰীৰ এম পি জুৱেলাৰ্চত চলিছে আয়কৰ বিভাগৰ এই অভিযান।

কেন্দ্ৰীয় আয়কৰ বিভাগৰ বৃহৎ দল এটাই চলাইছে এই অভিযান। পুৱাৰে পৰা চলি আছে অভিযান। এম পি জুৱেলাৰ্চৰ কৰ্মচাৰীক ভিতৰত বহুৱাই ৰাখি সোধপোচ চলোৱা হৈছে। এম পি জুৱেলাৰ্চৰ কেবাজনো কৰ্মচাৰীক জেৰা চলাই থকা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande