নগাও, ২৩ ছেপ্টেম্বৰ (হি.স.)। কাকীৰ যজ্ঞ্যজ্যোতি বৰাৰ হাতত প্ৰাণ পায় উঠিল হাৰ্টৰ্থ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি ৷ জুবিন গাৰ্গৰ অনাকাংক্ষিত খবৰটো পোৱাৰ পিছতে যজ্ঞ্যই মৰমৰ শিল্পী জনক প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিমূৰ্ত্তি প্ৰস্তুূত কৰা কামত নামি পৰে ৷ মৰমৰ শিল্পী জনক শেষ শ্ৰদ্ধাৰ বাবে দিনে-নিশাই ১১ ফুট সু- উচ্চ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু