শোণিতপুৰৰ ৰঙাজানত জুবিন গাৰ্গে শেষ শ্ৰদ্ধা জনাই নাম প্ৰসঙ্গ
শোণিতপুৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰৰ ৰঙাজানত জুবিন গাৰ্গে শেষ শ্ৰদ্ধা জনাই নাম প্ৰসঙ্গ। অসমৰ ৰাইজৰ অতিকৈ মৰমৰ তথা বিয়াৰ আমাঠু কন্ঠ শিল্পীৰ আজি আন্তষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ সময়তে বৃহত্তৰ খনামুখ ,ৰঙাজান অন্ঞলৰ হৰি মন্দিৰ কমিটীৰ উদ্যোগত তেখেতৰ
শোণিতপুৰৰ ৰঙাজানত জুবিন গাৰ্গে শেষ শ্ৰদ্ধা জনাই নাম প্ৰসঙ্গ


শোণিতপুৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰৰ ৰঙাজানত জুবিন গাৰ্গে শেষ শ্ৰদ্ধা জনাই নাম প্ৰসঙ্গ।

অসমৰ ৰাইজৰ অতিকৈ মৰমৰ তথা বিয়াৰ আমাঠু কন্ঠ শিল্পীৰ আজি আন্তষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ সময়তে বৃহত্তৰ খনামুখ ,ৰঙাজান অন্ঞলৰ হৰি মন্দিৰ কমিটীৰ উদ্যোগত তেখেতৰ আত্মাৰ শতিকাৰ কামনাৰে নাম প্ৰসঙ্গ অনুষ্ঠিত কৰা হয়।নাম প্ৰসঙ্গত অন্ঞলটিৰ সকলো দল সংগঠনে অংশ গ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande