কোকৰাঝাৰ মাগুৰমাৰী কৰম ফিল্ডত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
কোকৰাঝাৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। মাগুৰমাৰী কৰম ফিল্ডত জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি। কোকৰাঝাৰ চাহ বাগিচাৰ সাত নম্বৰ কোৱাৰ্টাৰ লাইনৰ ৰাইজে আজি কিংবদন্তি শিল্পী জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উক্ত কাৰ্যসূচীৰ নেতৃত্ব দিয়ে শিক্ষক ইছমাইল ধানোৱাৰ,
মাগুৰমাৰী কৰম ফিল্ডত জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি


কোকৰাঝাৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। মাগুৰমাৰী কৰম ফিল্ডত জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি। কোকৰাঝাৰ চাহ বাগিচাৰ সাত নম্বৰ কোৱাৰ্টাৰ লাইনৰ ৰাইজে আজি কিংবদন্তি শিল্পী জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

উক্ত কাৰ্যসূচীৰ নেতৃত্ব দিয়ে শিক্ষক ইছমাইল ধানোৱাৰ,উদ্যমী যুবক বানা চন্দ্ৰ ৰায়,স্বপন মন্ডল ,মানিক ৰায় বিকি মুণ্ডা আদি। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande