যোৰহাট, ২৩ ছেপ্তেম্বৰ (হি.স.)। যোৰহাট প্ৰেছ ক্লাৱ ভাঙিবলৈ উচতনি দিয়া যুৱকক গ্ৰেপ্তাৰ। টিয়কৰ যুৱক চন্দন দাসক গ্ৰেপ্তাৰ। ভিডিঅ ফুটেজৰ সহায়ত তেওৰ সৈতে থকা আন একাংশ যুৱকক চিনাক্ত আৰক্ষী।
আন দূৰ্বিত্তৰ সন্ধানত আৰক্ষী অভিযান আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ