বোকাখাটত জুবিনৰ পুৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হব
গোলাঘাট, ২৩ ছেপ্তেম্বৰ(হি.স.)। অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি অন্ত পৰা অন্তষ্টিক্ৰিয়াৰ দিনটোতে বোকাখাটত জুবিনৰ পুৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম কৰা হৈছে। আজি ইয়াৰ বাৰে ভুমিপুজন অনুষ্ঠিত কৰা হৈছে। বোকাখাটৰ প্ৰাক্তণ বিধায়ক জিতেন গগৈৰ উদ্যোগত
বোকাখাটত জুবিনৰ পুৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হব


গোলাঘাট, ২৩ ছেপ্তেম্বৰ(হি.স.)। অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি অন্ত পৰা অন্তষ্টিক্ৰিয়াৰ দিনটোতে বোকাখাটত জুবিনৰ পুৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম কৰা হৈছে। আজি ইয়াৰ বাৰে ভুমিপুজন অনুষ্ঠিত কৰা হৈছে।

বোকাখাটৰ প্ৰাক্তণ বিধায়ক জিতেন গগৈৰ উদ্যোগত বোকাখাটৰ মাজ মজিয়াত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে।এক মাহৰ ভিতৰত প্ৰতিমূৰ্তি নিৰ্মাণ সম্পুৰ্ণ কৰা হব বুলি বোকাখাটৰ প্ৰাক্তণ বিধায়ক গৰাকী উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande