হাৰ্টথ্ৰৱ জুবিনৰ ফটো পৰ্ণষ্টাৰ ৰ সৈতে ভাইৰেল কৰাক কেন্দ্ৰ কৰি শুৱালকুছিত উত্তেজনা
কামৰূপ, ২৩ ছেপ্টেম্বৰ (হি.স.)। হাৰ্টথ্ৰৱ জুবিনৰ ফটো পৰ্ণষ্টাৰ ৰ সৈতে ভাইৰেল কৰাক লৈ শুৱালকুছিত উত্তেজনা। শুৱালকুছিত ভাৰতীয়া হিচাপে থকা তামোলপুৰৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত আপলোড কৰিছিল পৰ্ণষ্টাৰৰ সৈতে জুবিন গাৰ্গৰ ফটো ।তাৰ পিছতে জুবিন অনুৰাগীয়
হাৰ্টথ্ৰৱ জুবিনৰ ফটো পৰ্ণষ্টাৰ ৰ সৈতে ভাইৰেল কৰাক কেন্দ্ৰ কৰি শুৱালকুছিত উত্তেজনা


কামৰূপ, ২৩ ছেপ্টেম্বৰ (হি.স.)। হাৰ্টথ্ৰৱ জুবিনৰ ফটো পৰ্ণষ্টাৰ ৰ সৈতে ভাইৰেল কৰাক লৈ শুৱালকুছিত উত্তেজনা। শুৱালকুছিত ভাৰতীয়া হিচাপে থকা তামোলপুৰৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত আপলোড কৰিছিল পৰ্ণষ্টাৰৰ সৈতে জুবিন গাৰ্গৰ ফটো ।তাৰ পিছতে জুবিন অনুৰাগীয় বিচাৰি ওলাই যুৱক জনক উত্তম মাধ্যম শোধাই চমজাই দিয়ে আৰক্ষীক।

ঘটনাৰ সৈতে জড়িত থকা যুৱক জনৰ নাম হৈছে তামুলপুৰৰ কৈলাশ দাস ।বিকৃত মানসিকতাৰে যুৱক গৰাকীয়ে সামাজিক মাধ্যমত মিয়া খলিফাৰ সৈতে ফটো ভাইৰেল কৰাত ক্ষুব্ধ হৈ পৰে জুবিন অনুৰাগী সকল । ইতিমধ্যে শুৱালকুছি আৰক্ষীয়ে যুৱক জনক আটক কৰি সোধাপোছা আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande