মুছলপুৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই
বাক্সা, ২২ ছেপ্তেম্বৰ (হি.স.)। মুছলপুৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। মুছলপুৰ মজলীয়া বিদ্যালয় ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ। ৰাইজৰ সৈতে শাৰি ভোট দিলে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই।

পত্নী, পুত্ৰসহ ভোটাধিকাৰ সাব্যস্ত কৰি ৰাকেশ ব্ৰহ্মই জনালে মনৰ অনুভৱ। আজিৰ দিনটো শান্তিপূৰ্ণ ভাৱে পাৰ হোৱাটো বিচাৰে প্ৰাৰ্থী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande