পৰ্বতঝোৰাৰ ৬৫১নং তুলসীঝোৰা এল পি স্কুল(বাওঁ ফাল) ভোট কেন্দ্ৰত বিশেষ ভাবে সক্ষম লোকৰ বাবে কোনো ব্যৱস্থা নাই
কোকৰাঝাৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ ৬৫১নং তুলসীঝোৰা এল পি স্কুল(বাওঁ ফাল) ভোট কেন্দ্ৰত অবিবেচক কৰ্মকাণ্ড। বিশেষ ভাবে সক্ষম লোকৰ বাবে নাই কোনো বিশেষ ব্যবস্থা। বিশেষ ভাবে সক্ষম এগৰাকী মহিলাই চুচুৰী চুচুৰী গৈ সাব্যস্ত কৰিলে নিজৰ
পৰ্বতঝোৰাৰ ৬৫১নং তুলসীঝোৰা এল পি স্কুল(বাওঁ ফাল) ভোট কেন্দ্ৰত বিশেষ ভাবে সক্ষম লোকৰ বাবে কোনো ব্যৱস্থা নাই


কোকৰাঝাৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ ৬৫১নং তুলসীঝোৰা এল পি স্কুল(বাওঁ ফাল) ভোট কেন্দ্ৰত অবিবেচক কৰ্মকাণ্ড।

বিশেষ ভাবে সক্ষম লোকৰ বাবে নাই কোনো বিশেষ ব্যবস্থা। বিশেষ ভাবে সক্ষম এগৰাকী মহিলাই চুচুৰী চুচুৰী গৈ সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ।

পৰ্বতঝোৰা প্ৰশাসনৰ এই ধৰণৰ অবিবেচক কৰ্ম কাণ্ডই সচেতন মহলক হতভম্ব কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande