যোৰহাটীয়া জুবিন প্ৰেমীৰ প্ৰতি সমৰ্থন জনাই শিৱসাগৰটো প্ৰতিবাদ সাব্যস্ত
যোৰহাট, ২২ ছেপ্টেম্বৰ (হি.স.)। প্ৰসংগ:অসমৰ হাৰ্টথ্ৰ''ব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। যোৰহাটীয়া জুবিন প্ৰেমীৰ প্ৰতি সমৰ্থন জনাই শিৱসাগৰটো প্ৰতিবাদ সাব্যস্ত। প্ৰতিবাদকাৰীয়ে শিৱসাগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। যোৰহাটত সমাধি ক্ষেত্ৰৰ নিৰ্মানৰ দাব
যোৰহাটীয়া জুবিন প্ৰেমীৰ প্ৰতি সমৰ্থন জনাই শিৱসাগৰটো প্ৰতিবাদ সাব্যস্ত


যোৰহাট, ২২ ছেপ্টেম্বৰ (হি.স.)। প্ৰসংগ:অসমৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। যোৰহাটীয়া জুবিন প্ৰেমীৰ প্ৰতি সমৰ্থন জনাই শিৱসাগৰটো প্ৰতিবাদ সাব্যস্ত। প্ৰতিবাদকাৰীয়ে শিৱসাগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।

যোৰহাটত সমাধি ক্ষেত্ৰৰ নিৰ্মানৰ দাবী উত্থাপন কৰি শিৱসাগৰত প্ৰতিবাদ। ইফালে প্ৰতিবাদকাৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন কৰে।

দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande