বড়োবজাৰ প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত ই এম ড০ নিলোৎ স্বৰ্গীয়াৰীৰ
ওদালগুৰি, ২২ ছেপ্টেম্বৰ (হি.স.)। গণতন্ত্রৰ পবিত্র উৎসৱ নির্বাচন। আজি বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ ভোট গ্রহণ। সকলোৱে গণতান্ত্রিক ভোটাধিকাৰ সাব্যস্ত কৰি নির্বাচিত কৰিব পছন্দৰ প্রার্থীজনক। ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ বড়োবজাৰ প্রাথমিক বিদ্যালয়ত ভোটাধিকা
বড়োবজাৰ প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত ই এম ড০ নিলোৎ স্বৰ্গীয়াৰীৰ


ওদালগুৰি, ২২ ছেপ্টেম্বৰ (হি.স.)। গণতন্ত্রৰ পবিত্র উৎসৱ নির্বাচন। আজি বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ ভোট গ্রহণ। সকলোৱে গণতান্ত্রিক ভোটাধিকাৰ সাব্যস্ত কৰি নির্বাচিত কৰিব পছন্দৰ প্রার্থীজনক।

৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ বড়োবজাৰ প্রাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে ইউ পি পি এল প্রার্থী দলটোৰ যুৱ সভাপতি, তথ্য আৰু জনসংযোগ বিভাগৰ ই এম ড০ নিলোৎ স্বৰ্গীয়াৰীৰ। বিটিআৰ ৰ উন্নয়ণ, শান্তি সম্প্রীতি অটুট ৰখাৰ স্বার্থত সকলো ৰাইজকে ভোটদান কৰিবলৈ ওলাই আহিবলৈ আহ্বান নেতাগৰাকীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande