বিটিচিৰ পৰিষদীয় নিৰ্বাচনত গোৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাৰ নাৰ্জাৰীৰ ভোটদান
তামুলপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। বিটিচিৰ পৰিষদীয় নিৰ্বাচনত গোৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাৰ নাৰ্জাৰীৰ ভোটদান । ৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ডেৰহাছাৰ নাৰ্জাৰীয়ে বৰকচুলা মধ্য ইংৰাজী বিদ্যালয়ত পত্নীৰ সৈতে উপস্থিত হৈ নিজৰ নিজৰ ভো
বিটিচিৰ পৰিষদীয় নিৰ্বাচনত গোৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাৰ নাৰ্জাৰীৰ ভোটদান


তামুলপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। বিটিচিৰ পৰিষদীয় নিৰ্বাচনত গোৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাৰ নাৰ্জাৰীৰ ভোটদান ।

৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ডেৰহাছাৰ নাৰ্জাৰীয়ে বৰকচুলা মধ্য ইংৰাজী বিদ্যালয়ত পত্নীৰ সৈতে উপস্থিত হৈ নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। উল্লেখ্য যে আজি পূৱাৰ পৰা ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে সমষ্টিটোৰ ভোটাৰ ৰাইজ।

নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ডেৰহাছাৰ নাৰ্জাৰীয়ে কয় যে ভোট দি ভাল লাগিছে। ৰাইজ ভোট দিবলৈ ওলাই আহিছে। ফলাফল ভালেই হব যেন লাগিছে । লগতে ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande