নগাঁৱৰো বিভিন্ন থানাত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি বিভিন্ন জনৰ এজাহাৰ দাখিল
নগাঁও, ২২ ছেপ্টেম্বৰ (হি.স.)। ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে নগাঁৱৰো বিভিন্ন থানাত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি বিভিন্ন জনৰ এজাহাৰ দাখিল ৷ সোমবাৰে নগাঁও সদৰ আৰক্ষী থানাত এক চি আই ডিৰ দল উপস্থিত হৈ এজাহাৰকাৰী সকলক তলব কৰি সোধাপোছ কৰে l সং
নগাঁৱৰো বিভিন্ন থানাত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি বিভিন্ন জনৰ এজাহাৰ দাখিল


নগাঁও, ২২ ছেপ্টেম্বৰ (হি.স.)। ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে নগাঁৱৰো বিভিন্ন থানাত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি বিভিন্ন জনৰ এজাহাৰ দাখিল ৷

সোমবাৰে নগাঁও সদৰ আৰক্ষী থানাত এক চি আই ডিৰ দল উপস্থিত হৈ এজাহাৰকাৰী সকলক তলব কৰি সোধাপোছ কৰে l

সংবাদমাধ্যমৰ কেমেৰাৰ সন্মুখত এজাহাৰকাৰীৰ বিস্ফোৰক মন্তব্য ৷ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰো দাবী সদাজসেৱক বিভূতি বৰঠাকুৰৰ ৷ লগতে বিগত ১৯ ছেপ্তেম্বৰত কামপুৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছিল বিভূতি বৰঠাকুৰে l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande