বাক্সা, ২২ ছেপ্তেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ শালবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী দিগন্ত গয়াৰীৰ । আজি পুৱাৰ পৰা ৫ খন জিলাৰ ৪০টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ । শালবাৰীৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ৰাইজক সেৱা আগবঢ়াইছে দিগন্ত গয়াৰীয়ে । শালবাৰী পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰতিদণ্ডিতা যঠেষ্ট সন্তোষজনক হৈছে ।
আজিৰ দিনটো বিপিএফৰ বাবে শুভ দিন বুলি মন্তব্য । বহুমূলীয়া ভোট প্ৰদান কৰি মোৰ লগতে সকলোৱে আনন্দিত হৈ পৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ