ঢেকিয়াজুলিৰ শিক্ষক তথা বলুকা শিল্পী ৰঞ্জন শইকিয়াই বলুকা শিল্পৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জনালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক
শোণিতপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। ঢেকিয়াজুলিৰ শিক্ষক তথা বলুকা শিল্পী ৰঞ্জন শইকিয়াই বলুকা শিল্পৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জনালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।শোণিতপুৰৰ গাভৰু নৈৰ বালিচৰত বালিৰে অংকন কৰিলে জুবিন গাৰ্গক। কইবাজনো সহযোগীৰ সহযোগত গাভৰু বালিচৰত বলুকা শ
ঢেকিয়াজুলিৰ শিক্ষক তথা বলুকা শিল্পী ৰঞ্জন শইকিয়াই বলুকা শিল্পৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জনালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক


শোণিতপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। ঢেকিয়াজুলিৰ শিক্ষক তথা বলুকা শিল্পী ৰঞ্জন শইকিয়াই বলুকা শিল্পৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জনালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।শোণিতপুৰৰ গাভৰু নৈৰ বালিচৰত বালিৰে অংকন কৰিলে জুবিন গাৰ্গক।

কইবাজনো সহযোগীৰ সহযোগত গাভৰু বালিচৰত বলুকা শিল্পৰ মাধ্যমেৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায় বলুকা শিল্পী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande