পঞ্চম সংখ্যক বিটিচি নিৰ্বাচন, পুৱাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া
বাক্সা, ২২ ছেপ্টেম্বৰ (হি.স.)। পঞ্চম সংখ্যক বিটিচি নিৰ্বাচন। পুৱাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিজনীৰ বিধায়ক তথা ১৯ নং থুৰিবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে প্ৰদান কৰিলে ভোট। সমষ্টিটোৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা ৪৭(এ)
পঞ্চম সংখ্যক বিটিচি নিৰ্বাচন, পুৱাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া


বাক্সা, ২২ ছেপ্টেম্বৰ (হি.স.)। পঞ্চম সংখ্যক বিটিচি নিৰ্বাচন। পুৱাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিজনীৰ বিধায়ক তথা ১৯ নং থুৰিবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে প্ৰদান কৰিলে ভোট।

সমষ্টিটোৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা ৪৭(এ) নং ভোট কেন্দ্ৰত ভোটদান কৰি থুৰিবাৰীৰ লগতে মানাস ছেৰফাং আৰু সবাইঝাৰ সমষ্টিতো বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande