বিহপুৰীয়াৰ ২ নং প’কাদলত বিলাতী বগৰী খেতিৰে স্বাৱলম্বী হৈছে উদ্যমী যুৱক কৃষ্ণ ৰাজখোৱা
লখিমপুৰ, ৯ ডিচেম্বৰ (হি.স.)।্য বিহপুৰীয়া সমীপৰ ২ নং প’কাদলত কৃষ্ণ ৰাজখোৱাই বগৰী খেতিৰে দেখুৱাইছে স্বাৱলম্বী হোৱাৰ নিদৰ্শন ৷ এই বিলাতী বগৰী খেতি কৰিয়েই পৰিয়াল পোঁহ-পাল দিয়াৰ লগতে নিত্য নৈমিত্তিক কৰ্মৰাজি সুচাৰুৰূপে সম্পাদন কৰি আহিছে ৷ বৃহত্তৰ অঞ্চ
বিহপুৰীয়াৰ ২ নং প’কাদলত বিলাতী বগৰী খেতিৰে স্বাৱলম্বী হৈছে উদ্যমী যুৱক কৃষ্ণ ৰাজখোৱা


লখিমপুৰ, ৯ ডিচেম্বৰ (হি.স.)।্য বিহপুৰীয়া সমীপৰ ২ নং প’কাদলত কৃষ্ণ ৰাজখোৱাই বগৰী খেতিৰে দেখুৱাইছে স্বাৱলম্বী হোৱাৰ নিদৰ্শন ৷ এই বিলাতী বগৰী খেতি কৰিয়েই পৰিয়াল পোঁহ-পাল দিয়াৰ লগতে নিত্য নৈমিত্তিক কৰ্মৰাজি সুচাৰুৰূপে সম্পাদন কৰি আহিছে ৷

বৃহত্তৰ অঞ্চলটোত এতিয়া কৃষ্ণৰ লগতে আন কেইবাটাও পৰিয়াল আদৰ্শ স্বৰূপ হৈ পৰিছে ৷ নিজকে হেতালি খেলি বহিঃৰাজ্যলৈ যোৱাতকৈ এনেদৰে ঘৰতে থাকি মনপুতি কাম কৰিব পাৰিলে বহু আনন্দত থাকিব পাৰি বুলি মন্তব্য কৰে কৃষ্ণই ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande