সৰুপথাৰত পিএমএজিৱাই হিতাধিকাৰী সকলৰ মাজত অনুমোদন পত্ৰ বিতৰণ
গোলাঘাট,০৯ ডিচেম্বৰ (হি.স.)। সৰুপথাৰত প্রধান মন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত হিতাধিকাৰী সকলৰ মাজত অনুমোদন পত্ৰ বিতৰণ । আজি সৰুপথাৰ ৰামধেনু মুকলি মঞ্চত অনুষ্ঠিত সভাত দক্ষিন গোলাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ২০৪৪ গৰাকী হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক ভাৱে
সৰুপথাৰত পিএমএজিৱাই হিতাধিকাৰী সকলৰ মাজত অনুমোদন পত্ৰ বিতৰণ


গোলাঘাট,০৯ ডিচেম্বৰ (হি.স.)। সৰুপথাৰত প্রধান মন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত হিতাধিকাৰী সকলৰ মাজত অনুমোদন পত্ৰ বিতৰণ । আজি সৰুপথাৰ ৰামধেনু মুকলি মঞ্চত অনুষ্ঠিত সভাত দক্ষিন গোলাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ২০৪৪ গৰাকী হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক ভাৱে অনুমোদন পত্ৰ বিতৰণ কৰে ।

অনুষ্ঠানত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সৰুপথাৰ সমজিলা আয়ুক্ত মানস জ্যোতি নাথ, খণ্ড উন্নয়ন বিষয়া তমসা দাস । হিতাধিকাৰী সকলৰ মাজত অনুমোদন পত্ৰ বিতৰণৰ জৰিয়ত তেওলোকৰ মাজত বাসস্থানৰ সমস্যা সমাধান হব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande