ঢেকিয়াজুলিৰ ধলগুৰিত গতিৰোধৰ ব্যৱস্থা গ্ৰহনৰ দাবীৰে দলগাওঁৰ পৰা ঢেকিয়াজুলি সংযোগী অসমমালা পথ অৱৰোধ ৰাইজৰ
শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। ঢেকিয়াজুলিৰ ধলগুৰিত গতিৰোধৰ ব্যৱস্থা গ্ৰহনৰ দাবীৰে দলগাওঁৰ পৰা ঢেকিয়াজুলি সংযোগী অসমমালা পথ অৱৰোধ ৰাইজৰ। যোৱাকালি তীব্ৰবেগী ট্ৰাকৰ খুন্দাত দুগৰাকী বিদ্যালয়ৰ কন কন ছাত্ৰ ছাত্ৰী সহ তিনিজন নিহত হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰ
ঢেকিয়াজুলিৰ ধলগুৰিত গতিৰোধৰ ব্যৱস্থা গ্ৰহনৰ দাবীৰে দলগাওঁৰ পৰা ঢেকিয়াজুলি সংযোগী অসমমালা পথ অৱৰোধ ৰাইজৰ


শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। ঢেকিয়াজুলিৰ ধলগুৰিত গতিৰোধৰ ব্যৱস্থা গ্ৰহনৰ দাবীৰে দলগাওঁৰ পৰা ঢেকিয়াজুলি সংযোগী অসমমালা পথ অৱৰোধ ৰাইজৰ। যোৱাকালি তীব্ৰবেগী ট্ৰাকৰ খুন্দাত দুগৰাকী বিদ্যালয়ৰ কন কন ছাত্ৰ ছাত্ৰী সহ তিনিজন নিহত হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে ৰাইজ।

ঢেকীয়াজুলিৰ ধলগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত যোৱাকালি তিনিগৰাকী লোকৰ ম্‌ত্যু হৈছিল৷ তীব্ৰবেগী ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত পিতাপুত্ৰৰ লগতে এগৰাকী কণমানি ছাত্ৰী নিহত হৈছিল। ইয়াৰ পিছতে উক্ত পথছোৱাত গতিৰোধকৰ ব্যৱস্থা কৰাৰ দাবী তোলে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande