গোসাঁইগাঁওত প্ৰধান মন্ত্ৰী আবাসা যোজনা পিএমএৱাই ৰ অধীনত গৃহৰ অনুমোদন পত্ৰ বিতৰণ
অনুষ্ঠানত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত কোকৰাঝাৰ, ৯ ডিচেম্বৰ (হি.স.)।্য গোসাঁইগাঁৱৰ ইউ এন খেলপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা পিএমএৱাই ৰ অধীনত গৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিল
গোসাঁইগাঁওত প্ৰধান মন্ত্ৰী আবাসা যোজনা পিএমএৱাই ৰ অধীনত গৃহৰ অনুমোদন পত্ৰ বিতৰণ


অনুষ্ঠানত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত

কোকৰাঝাৰ, ৯ ডিচেম্বৰ (হি.স.)।্য গোসাঁইগাঁৱৰ ইউ এন খেলপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা পিএমএৱাই ৰ অধীনত গৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়,জি'অ টেগৰ নামত হিতাধীসকলৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰা সন্দৰ্ভত কড়া মন্তব্য কৰে। তেওঁ স্পষ্টকৈ কয় যে গৃহৰ জিঅ’ টেগিং, ছবি তোলা অথবা কোনো ধৰণৰ চৰকাৰী প্ৰক্ৰিয়াৰ বাবে হিতাধিকাৰীৰ পৰা যদি কোনো ব্যক্তি ধন লয়, তেনে ব্যক্তি আইনৰ হাতত পৰিব আৰু জেললৈ যাব লাগিব।

তেওঁ জনায় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ সম্পূৰ্ণ নিখৰচায় কৰা হয় আৰু এই প্ৰক্ৰিয়াত কোনো মধ্যস্থতাকাৰীৰ ভূমিকা বা অতিৰিক্ত ধন লোৱাৰ প্ৰয়োজন নাই। তেনে কাৰ্যকলাপ দেখিলে সন্মুখীন হৈ থকা সমস্যাসমূহ বিষয়ে তাৎক্ষণিক জনাবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande