ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে কাৰ্বি আংলং জিলাত তীব্র প্ৰতিবাদ
কাৰ্বি আংলং, ০৯ ডিচেম্বৰ (হি.স.)। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে কাৰ্বি আংলং জিলাত তীব্র প্ৰতিবাদ। ফুলনিৰ পৰা লাংহিনলৈকে পদযাত্রা কৰি তীব্র বিৰোধিতা কৰে বড়ো, কাৰ্বি, ডিমাছা, তিৱা আদি জনজাতি ছাত্র সংগঠনসমূহে। অসম চৰকাৰে গ্রহণ কৰা ছয় জনগোষ্
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে কাৰ্বি আংলং জিলাত তীব্র প্ৰতিবাদ


কাৰ্বি আংলং, ০৯ ডিচেম্বৰ (হি.স.)। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে কাৰ্বি আংলং জিলাত তীব্র প্ৰতিবাদ।

ফুলনিৰ পৰা লাংহিনলৈকে পদযাত্রা কৰি তীব্র বিৰোধিতা কৰে বড়ো, কাৰ্বি, ডিমাছা, তিৱা আদি জনজাতি ছাত্র সংগঠনসমূহে। অসম চৰকাৰে গ্রহণ কৰা ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় এই ছাত্র সংগঠন সমূহে।

ছাত্র সংগঠনসমূহে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি হাতে-হাতে প্লেকাৰ্ড লৈ হিমন্ত চৰকাৰ গো বেক, বিজেপি গো বেক,নো এছটি, ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande