টীয়কৰ চেনিজানত ভয়ানক দুৰ্ঘটনা
টীয়কৰ চেনিজানত ভয়ানক দুৰ্ঘটনা।
টীয়কৰ চেনিজানত ভয়ানক দুৰ্ঘটনা


যোৰহাট, ০৮ ডিচেম্বৰ (হি.স.): যোৰহাট জিলাৰ টীয়কৰ চেনিজানত সংঘটিত হৈছে ভয়ানক দুৰ্ঘটনা। এই ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় দুজন লোকৰ।

জানিব পৰামতে, এএছ ০৩ এইচ ৮৫৫৪ নম্বৰৰ এল্টো বাহন বাগৰিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। দুৰ্ঘটনা ইমান ভয়ানক আছিল যে দৰ্জা কাটি লোক দুজনৰ মৃতদেহ গাড়ীৰ পৰা উলিয়াব লগীয়া হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande