বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰ দ্বায়িত্বত পুনৰ মন্ত্ৰী অতুল বৰা হাতত
গোলাঘাট, ০৭ ডিচেম্বৰ (হি.স.)। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰ দ্বায়িত্বত পুনৰ মন্ত্ৰী অতুল বৰা হাতত । দেওবাৰে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সভাখন অনুষ্ঠিত হয়। এই সভাতে সৰ্বসন্মতক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰে । বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী
বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰ দ্বায়িত্বত পুনৰ মন্ত্ৰী অতুল বৰা হাতত


গোলাঘাট, ০৭ ডিচেম্বৰ (হি.স.)। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰ দ্বায়িত্বত পুনৰ মন্ত্ৰী অতুল বৰা হাতত ।

দেওবাৰে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সভাখন অনুষ্ঠিত হয়। এই সভাতে সৰ্বসন্মতক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰে । বোকাখাতৰ বিধায়ক তথা মন্ত্ৰীগৰাকীক পুনৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰাৰ লগতে সঞ্জীৱ মুনমুন শইকীয়া পুনৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande