
কাছাৰ, ০৭ ডিচেম্বৰ (হি.স.)। কাছাৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ৷
মহিলা উদ্যমিতা আচনিৰ অধীনত কাছাৰৰ উধাৰবন্দ সমষ্টিৰ প্ৰায় ১৫ হাজাৰ ৩০১ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । উধাৰবন্দৰ ডিএনএইছএছ স্কুলৰ খেলপথাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰি মূখ্যমন্ত্রীয়ে মহিলা সকলৰ হাতত চেক তুলি দিয়ে । এই কাৰ্য্যসূচী সমাপ্ত কৰি মুখ্যমন্ত্রী পোনেপোনে গুৱাহাটী অভিমুখে ৰওনা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা