বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ দ্বাৰা আয়োজিত সপ্ত শক্তি সংগম অনুষ্ঠান সম্পন্ন
যোৰহাট, ০৬ ডিচেম্বৰ (হি.স.)। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ দ্বাৰা আয়োজিত সপ্ত শক্তি সংগম অনুষ্ঠান সম্পন্ন। যোৰহাটৰ,গড়মূৰ অভিযান্ত্রিক মহাবিদ্যালয় পথৰ, ,শংকৰদেৱ বিদ্যা নিকেতনত বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ দ্বাৰা আয়োজিত সপ্ত শ
বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ দ্বাৰা আয়োজিত সপ্ত শক্তি সংগম অনুষ্ঠান সম্পন্ন।


যোৰহাট, ০৬ ডিচেম্বৰ (হি.স.)। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ দ্বাৰা আয়োজিত সপ্ত শক্তি সংগম অনুষ্ঠান সম্পন্ন।

যোৰহাটৰ,গড়মূৰ অভিযান্ত্রিক মহাবিদ্যালয় পথৰ, ,শংকৰদেৱ বিদ্যা নিকেতনত বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ দ্বাৰা আয়োজিত সপ্ত শক্তি সংগম অনুষ্ঠান সম্পন্ন। অনুষ্ঠানত সঞ্চালনা কৰে অধ্যক্ষা ,ড: নীলিমা বৰাই। নিদিৰ্ষ্ট বক্তা হিচাপে উপস্থিত থাকে ডাঃ দীপা ৰাণী গোস্বামী আৰু বনালী বৰুৱা,l এই অনুষ্ঠানতে দুগৰাকী আদৰ্শ মাতৃক সম্বৰ্ধনা জনোৱা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande