চাপৰৰ আৰেয়াৰঝাৰ পক্ষীপাৰাত অখণ্ড পালনামৰ লাইখুটা স্থাপন
ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.)। চাপৰৰ আৰেয়াৰঝাৰ পক্ষীপাৰাত আজি অখণ্ড পালনামৰ লাইখুটা স্থাপন। পাচঁ দিনীয়া কাৰ্যসূচীৰে আৰেয়াৰঝাৰ পক্ষীপাৰাত অনুষ্ঠিত হ''ব ৫০ তম সাৰ্বজনীন অখণ্ড পালনাম মহোৎসৱ। সাৰ্বজনীন অখণ্ড পালনাম মহোৎসৱৰ সোনালী জয়ন্তী উপলক্ষে স্থাপ
চাপৰৰ আৰেয়াৰঝাৰ পক্ষীপাৰাত অখণ্ড পালনামৰ লাইখুটা স্থাপন


ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.)। চাপৰৰ আৰেয়াৰঝাৰ পক্ষীপাৰাত আজি অখণ্ড পালনামৰ লাইখুটা স্থাপন। পাচঁ দিনীয়া কাৰ্যসূচীৰে আৰেয়াৰঝাৰ পক্ষীপাৰাত অনুষ্ঠিত হ'ব ৫০ তম সাৰ্বজনীন অখণ্ড পালনাম মহোৎসৱ। সাৰ্বজনীন অখণ্ড পালনাম মহোৎসৱৰ সোনালী জয়ন্তী উপলক্ষে স্থাপন কৰে লাইখুটাৰ।

ধৰ্মীয় ৰীতি নীতি,নাম প্ৰসংগৰে গাঁৱৰ ভক্ত প্ৰাণ ৰাইজে লাইখুটা স্থাপন কৰে। অহা ৩০ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিৰ সাৰ্বজনীন অখণ্ড পালনাম মহোৎসৱটি। উক্ত পাচঁ দিনীয়া কাৰ্যসূচীত সকলো ভক্ত প্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে উদযাপন সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande