
নগাঁও, ০৫ ডিচেম্বৰ (হি.স.)। ৰূপহীহাটৰ ভকতগাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযান। পুৱা ৭ বজাৰ পৰা ৰূপহীহাটৰ ভকতগাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযান। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে প্ৰশাসনে আৰাম্ভ কৰিছে উচ্ছেদ অভিযান।
নগাঁও জিলা প্ৰশাসনে আৰাম্ভ কৰিলে উচ্ছেদ। প্ৰশাসনে দিয়া নিৰ্দিষ্ট সময়সীমা উকলি যোৱাৰ পাছতেই ৰূপহীহাটৰ ভকতগাঁওত প্ৰশাসনৰ হাতোৰাৰ ক কোব। ৩৮ বিঘা ভূমিৰ ৭৫টা পৰিয়ালৰ ঘৰলৈ চলিব উচ্ছেদ। চৰকাৰৰ এই সিদ্ধান্তত সমৰ্থন একাংশ বেদখলকাৰীৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু