লংকা কৃষ্ণ নগৰত হাতীৰ উপদ্ৰপ
লংকা কৃষ্ণ নগৰত হাতীৰ উপদ্ৰপ।
লংকা কৃষ্ণ নগৰত হাতীৰ উপদ্ৰপ


হোজাই, ০৫ ডিচেম্বৰ (হি.স.): ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। হোজাই জিলাৰ লংকা কৃষ্ণ নগৰত যোৱা কালি নিশা হাতীয়ে উপদ্ৰপ চলায়। বৰ্তমানেও অব্যাহত আছে কৃষ্ণগৰত হাতীৰ উপদ্ৰপ।

ইফালে গাওঁ খনৰ ৰাইজে জুই জ্বলাই লাঠিলৈ, কাশী, ফটকা ফুটাই, টিং বজাই হাতী খেদিবলৈ ব্যস্ত হৈ পৰে। বন্য হস্তীৰ বাবে বৰ্তমান গাঁও খনৰ ৰাইজ আতংকিত হৈ আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande