শোণিতপুৰৰ চাৰিদুৱাৰত ট্ৰু ফ্ৰেণ্ড গীৰ্জাৰ উদ্যোগত চাফাই অভিযান
শোণিতপুৰ, ০৫ ডিচেম্বৰ (হি.স.)। সমাগত বৰদিন। আৰু এইবাৰ বৰদিনত কেৰল নকৰে শোণিতপুৰৰ চাৰিদুৱাৰৰ ট্ৰু ফ্ৰেণ্ড গীৰ্জায়ে । কেৰলৰ পৰিবৰ্তে শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা চৌহদত স্বেচ্ছাসেৱী সংগঠন ট্ৰু ফ্ৰেণ্ড গীৰ্জাৰ উদ্যোগত এক চাফাই অভিযান কাৰ্যসূচী ৰূ
শোণিতপুৰৰ চাৰিদুৱাৰত ট্ৰু ফ্ৰেণ্ড গীৰ্জাৰ উদ্যোগত চাফাই অভিযান


শোণিতপুৰ, ০৫ ডিচেম্বৰ (হি.স.)। সমাগত বৰদিন। আৰু এইবাৰ বৰদিনত কেৰল নকৰে শোণিতপুৰৰ চাৰিদুৱাৰৰ ট্ৰু ফ্ৰেণ্ড গীৰ্জায়ে । কেৰলৰ পৰিবৰ্তে শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা চৌহদত স্বেচ্ছাসেৱী সংগঠন ট্ৰু ফ্ৰেণ্ড গীৰ্জাৰ উদ্যোগত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়নৰ কৰা হয়।

সংগঠনটিৰ সদস্য সদস্যা সকলে পুৱাৰে পৰা হাতে হাতে ঝাড়ু, কোৰ, বেলছা লৈ থানা চৌহদৰ সকলো জংঘল, জাৱৰ আদি চাফা কৰি তোলে। বিশেষকৈ সংগঠনটিয়ে যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ লগতে অন্যান্য নিচা জাতীয় সামগ্ৰী প্ৰতি যাতে আসক্তি নহয় তাৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী হাতত লোৱা বুলি জানিবলৈ দিয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande