জীৱন যুদ্ধত হাৰ মানিলে খালেদা জিয়া, এৰি গ’ল এক শক্তিশালী ৰাজনৈতিক উত্তৰাধিকাৰ
ঢাকা, ৩০ ডিচেম্বৰ (হি.স.)। বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ অধ্যক্ষ তথা দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াই এৰি থৈ গৈছে এক শক্তিশালী ৰাজনৈতিক উত্তৰাধিকাৰ। তেওঁৰ আজি পুৱা ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে।
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001