গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত ১০০ ঘন্টীয়া গণ অনশন কাৰ্য্যসূচী
গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত ১০০ ঘন্টীয়া গণ অনশন কাৰ্য্যসূচী।
গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত ১০০ ঘন্টীয়া গণ অনশন কাৰ্য্যসূচী


ধুবুৰী, ০৩ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত আজিৰ পৰা ১০০ ঘন্টীয়া গণ অনশন কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছে।কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল (KSDC), আক্ৰাছু, ইউজি আক্ৰাছু আৰু কোচ ৰাজবংশী জাতীয় সংগঠনৰ যৌথ উদ্যোগত এই ১০০ ঘন্টীয়া গণ অনশনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হয়।

উল্লেখ্য যে কেএলও আৰু কেএলও (কেএন) লগত দ্ৰুত শান্তি চুক্তিৰ মাধ্যমত কামতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, মাতৃ ভাষাৰ সাংবিধানিক স্বীকৃতিৰ দাবীত ১০০ ঘন্টীয়া গণ অনশনৰ কাৰ্য্যসূচী গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande