গৌৰীপুৰ আৰক্ষীৰ জালত এজন প্ৰৱঞ্চকক আটক
ধুবুৰী, ০৩ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰ আৰক্ষীৰ জালত এজন প্ৰৱঞ্চকক আটক। জন্মৰ ভূৱা প্ৰমাণ পত্ৰ জালিয়াতি কৰা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ আৰক্ষীৰ। জন্মৰ প্ৰমাণ পত্ৰ বনাই দিয়াৰ নামত সাধাৰণ ৰাইজক প্ৰবঞ্চনা । টকাৰ বিনিময়ত গৌৰীপুৰৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ ৰাই
গৌৰীপুৰ আৰক্ষীৰ জালত এজন প্ৰৱঞ্চকক আটক


ধুবুৰী, ০৩ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰ আৰক্ষীৰ জালত এজন প্ৰৱঞ্চকক আটক। জন্মৰ ভূৱা প্ৰমাণ পত্ৰ জালিয়াতি কৰা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ আৰক্ষীৰ।

জন্মৰ প্ৰমাণ পত্ৰ বনাই দিয়াৰ নামত সাধাৰণ ৰাইজক প্ৰবঞ্চনা । টকাৰ বিনিময়ত গৌৰীপুৰৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ ৰাইজক জালিয়াতি প্ৰমাণ পত্ৰ যোগান ধৰাৰ অভিযোগ।

আজি গৌৰীপুৰ আৰক্ষীয়ে প্ৰবঞ্চক ৰণিক্স দে (পম)ক আটক কৰি থানালৈ আনে। গৌৰীপুৰ আৰক্ষী থানাত ৪৯৬/২৫ U/S ৩৩৬(২) ৩৩৬(৩)/৩৪০(২) ৩৪১(২)৬১(২) অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande