লোকসভাত বিবেচনা আৰু গৃহীত কৰাৰ বাবে কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ উত্থাপন সীতাৰমণৰ
নতুন দিল্লী, ০৩ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ লোকসভাত বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰে। সীতাৰমণে সোমবাৰে সংসদৰ নিম্ন সদনত উত্থাপন কৰে বিধেয়কখন। বৰ্তমান লোকসভাত কেন্দ
‘केंद्रीय उत्पाद शुल्क (संशोधन) विधेयक, 2025’ को विचार और पारित करने के लिए रखते हुए वित्‍त मंत्री


নতুন দিল্লী, ০৩ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ লোকসভাত বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰে। সীতাৰমণে সোমবাৰে সংসদৰ নিম্ন সদনত উত্থাপন কৰে বিধেয়কখন।

বৰ্তমান লোকসভাত কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ সন্দৰ্ভত আলোচনা চলি আছে।এই বিধেয়কখনে কেন্দ্ৰীয় আবকাৰী আইন, ১৯৪৪ সংশোধন কৰিব বিচাৰিছে। এই আইনখনে ভাৰতত নিৰ্মিত বা উৎপাদিত সামগ্ৰীৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক আৰোপ আৰু সংগ্ৰহৰ ব্যৱস্থা কৰিছে।

এই বিধেয়কখনৰ লক্ষ্য হৈছে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্কৰ হাৰ সলনি কৰি, এই সামগ্ৰীসমূহৰ ওপৰত কৰ বৰ্তমানৰ স্তৰত থকাটো নিশ্চিত কৰা। এই বিধেয়কখনে কেঁচা ধঁপাত, প্ৰচেছড ধঁপাত, ধঁপাতজাতীয় সামগ্ৰী আৰু ধঁপাতৰ বিকল্পৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক বৃদ্ধি কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande