তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য শম্ভু নাথ সিংৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ
শিৱসাগৰ, ০৩ ডিচেম্বৰ (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ অচলাৱস্থাক কেন্দ্ৰ কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ প্ৰতিক্ৰিয়া। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শৈক্ষিক পৰিৱেশ সুস্থিৰ কৰি তুলিবৰ বাবে ব্যৱস্থা গ্হণ কৰাৰ আহ্বান
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য শম্ভু নাথ সিংৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ


শিৱসাগৰ, ০৩ ডিচেম্বৰ (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ অচলাৱস্থাক কেন্দ্ৰ কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ প্ৰতিক্ৰিয়া। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শৈক্ষিক পৰিৱেশ সুস্থিৰ কৰি তুলিবৰ বাবে ব্যৱস্থা গ্হণ কৰাৰ আহ্বান ।সদৌ অসম ছাত্ৰ সন্থা তেজপুৰ বিশ্ববিদ্যালয়ৰ ঐক্য মঞ্চৰ সৈতে যোগাযোগত আছে বুলি মন্তব্য় সমীৰণ ফুকনৰ ।

ইতিমধ্যে গঠন হোৱা তদন্ত সমিতিক উচিত তদন্ত কৰাৰ আহ্বান সমীৰণ ফুকনৰ ।নিজৰ কৰ্মস্থলীত উপস্থিত নথকা উপাচাৰ্য্য শম্ভু নাথ সিংৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী । শীঘ্ৰেই ব্যবস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande