হাউলীত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
হাউলীত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
হাউলীত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


বৰপেটা, ২৭ ডিচেম্বৰ (হি.স.): বৰপেটা জিলাৰ হাউলীত যোৱা কালি শুকুৰবাৰে সন্ধিয়া ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে। এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰগছ সহ এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হৈছে।

আৰক্ষীয়ে প্ৰায় ১০ টা কৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে আটক কৰে নুৰ জামাল নামৰ ব্যক্তি জনক। ধৃত ড্ৰাগছ ব্যৱসায়ীটো ঘৰ ধুবুৰীৰত বুলি জানিব পৰা গৈছে। হাউলী আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি আটক কৰে ড্ৰাগছ ব্যৱসায়ীজনক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande