সংসদৰ শীতকালীন অধিৱেশনৰ স্থগিত
নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ শীতকালীন অধিৱেশনৰ সমাপ্ত হোৱাৰ ঘোষণা কৰিছে। লোকসভা আৰু ৰাজ্যসভা সচিবালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি মঙলবাৰে সদনৰ শীতকালীন অধিৱেশন স্থগিত ৰখা হয়। উল্লেখযোগ্য যে ১৯ ডিচেম্বৰত সং
संसद की बैठक


নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ শীতকালীন অধিৱেশনৰ সমাপ্ত হোৱাৰ ঘোষণা কৰিছে।

লোকসভা আৰু ৰাজ্যসভা সচিবালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি মঙলবাৰে সদনৰ শীতকালীন অধিৱেশন স্থগিত ৰখা হয়।

উল্লেখযোগ্য যে ১৯ ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত দুয়োটা সদনৰ কাৰ্য্যবিধি স্থগিত ৰখা হৈছিল । এই সময়ছোৱাত সদনৰ মুঠ ১৫খন বৈঠক অনুষ্ঠিত হয় আৰু ৮খন বিধেয়ক গৃহীত হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande