Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
23 Dec 2025
-২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ভাৰতৰ সৰ্বোত্তম ৰপ্তানি প্ৰদৰ্শন নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি.স.)। ভাৰত আৰু নিউজিলেণ্ডে সোমবাৰে মুক্ত বাণিজ্য চুক্তিৰ আলোচনা সমাপ্ত হোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে ভাৰতে চলিত বৰ্ষত তিনিটা বৃহৎ বাণিজ্যিক চুক্তি..
নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি স)। চুম্বক ওৱেইণ্ডিং তাঁৰ নিৰ্মাতা কোম্পানী কে এছ এইচ ইণ্টাৰনেশ্যনেল লিমিটেডৰ শ্বেয়াৰ ৩৮৪ টকাৰ ইছ্যু মূল্যৰ পৰা প্ৰায় চাৰি শতাংশ হ্ৰাস পাই মঙলবাৰে তালিকাভুক্ত হয়। কোম্পানীটোৰ বজাৰ মূল্য ২৪৩৭.৮৫ কোটি টকা। বোম্বাই ..
নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি স)। সপ্তাহটোৰ দ্বিতীয়টো ব্যৱসায়িক দিন মঙলবাৰে শ্বেয়াৰ বজাৰত ৰঙা চিহ্নৰে মুকলি হয়। চেন্সেক্স আৰু নিফটি দুয়োটা সূচকাংকতে হ্ৰাস পাইছে। বৰ্তমান বম্বে ষ্টক এক্সচেঞ্জৰ (বিএছই) চেন্সেক্সৰ মূল্য ২০১.৩৩ পইণ্ট বা ০.২৪ শতাংশ..
22 Dec 2025
নতুন দিল্লী, ২২ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰত আৰু আমেৰিকাই দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনাৰ উন্নত পৰ্যায়ত আগবাঢ়িছে। ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ আলোচনা সম্পূৰ্ণ হোৱা..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha