পবিতৰাৰ বনভোজ থলীত গড়ৰ সন্ত্ৰাস
মৰিগাঁও, ২১ ডিচেম্বৰ (হি.স.)। পবিতৰাৰ বনভোজ থলীত গড়ৰ সন্ত্ৰাস। হাডুক বিলৰ পাৰত অভয়াৰণ্যৰ ভিতৰৰ পৰা ওলাই আহে এটা গড় গড়ৰ বিচৰণ দেখি হঠাত লাগিল হুৱা দুৱা। গঁড়টো দেখি বনভোজ প্ৰেমী সকলৰ মাজত হাহাঁকাৰ লাগে। লগে লগে বন বিভাগৰ ফালৰ পৰা গড়টো খেদ
পবিতৰাৰ বনভোজ থলীত গড়ৰ সন্ত্ৰাস


মৰিগাঁও, ২১ ডিচেম্বৰ (হি.স.)। পবিতৰাৰ বনভোজ থলীত গড়ৰ সন্ত্ৰাস। হাডুক বিলৰ পাৰত অভয়াৰণ্যৰ ভিতৰৰ পৰা ওলাই আহে এটা গড়

গড়ৰ বিচৰণ দেখি হঠাত লাগিল হুৱা দুৱা।

গঁড়টো দেখি বনভোজ প্ৰেমী সকলৰ মাজত হাহাঁকাৰ লাগে। লগে লগে বন বিভাগৰ ফালৰ পৰা গড়টো খেদি পঠিয়াবলৈ ব্লেং ফায়াৰ কৰে।

অৱশেষত হাডুক বিলেৰে পাৰ হৈ উভতিল গড়টো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande