গোলাঘাটত টাইপাৰ উদ্যোগত বিশেষ কাৰ্যসুচী গ্ৰহণ কৰি সোৱৰিছে স্বৰ্গদেউ চাউলুং চুক্যাফাক
গোলাঘাট, ০২ ডিচেম্বৰ (হি.স.)। সাতৰাজ মাৰি এক ৰাজ প্ৰতিষ্ঠা কৰা বৰ অসমৰ নিৰ্মাতা আজি ৰাজ্যজুৰি স্মৰণ কৰিছে। গোলাঘাটতো টাইপাৰ উদ্যোগত বিশেষ কাৰ্যসুচী গ্ৰহণ কৰি সোৱৰিছে স্বৰ্গদেউ চাউলুং চুক্যাফাক। গোলাঘাট নগৰত থকা চাউলুং চুক্যাফাৰ প্ৰতিমুৰ্ত্তীত শ্ৰ
গোলাঘাটত টাইপাৰ উদ্যোগত বিশেষ কাৰ্যসুচী গ্ৰহণ কৰি সোৱৰিছে স্বৰ্গদেউ চাউলুং চুক্যাফাক


গোলাঘাট, ০২ ডিচেম্বৰ (হি.স.)। সাতৰাজ মাৰি এক ৰাজ প্ৰতিষ্ঠা কৰা বৰ অসমৰ নিৰ্মাতা আজি ৰাজ্যজুৰি স্মৰণ কৰিছে। গোলাঘাটতো টাইপাৰ উদ্যোগত বিশেষ কাৰ্যসুচী গ্ৰহণ কৰি সোৱৰিছে স্বৰ্গদেউ চাউলুং চুক্যাফাক।

গোলাঘাট নগৰত থকা চাউলুং চুক্যাফাৰ প্ৰতিমুৰ্ত্তীত শ্ৰদ্ধান্জলি জ্ঞাপন কৰি টাই আহোম যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে পতাকা উত্তোলন কায্যসুচী ৰুপায়ণ কৰাৰ পাছত ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande