বিজনী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা ৰাজীৱ গুৰুঙৰ দেহৱসান
চিৰাং, ১৭ ডিচেম্বৰ (হি.স.)। চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা ৰাজীৱ গুৰুঙৰ দেহৱসান। আজি পুৱতিনিশা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰৱক্তা গৰাকীয়ে। জানিব পৰা অনুসৰি বিগত দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল ৰাজীৱ গুৰুং।
বিজনী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা ৰাজীৱ গুৰুঙৰ দেহৱসান


চিৰাং, ১৭ ডিচেম্বৰ (হি.স.)। চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা ৰাজীৱ গুৰুঙৰ দেহৱসান।

আজি পুৱতিনিশা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰৱক্তা গৰাকীয়ে।

জানিব পৰা অনুসৰি বিগত দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল ৰাজীৱ গুৰুং। গুৰুঙৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। শিক্ষাগুৰুগৰাকীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে স্থানীয় দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠান সমূহে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande